সলনি হ’ল HSৰ চূড়ান্ত পৰীক্ষাৰ নিয়ম

  • সলনি হ’ল HSৰ চূড়ান্ত পৰীক্ষাৰ নিয়ম
  • ২০২৭ৰ পৰা তিনিটা শাখাতহে অনুষ্ঠিত হ’ব পৰীক্ষা 
  • কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত হ’ব পৰীক্ষা
  • নতুন শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’ব পৰীক্ষা
  • একেদৰে ৬টা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব শিক্ষাৰ্থীসকল
  • প্ৰতিটো বিষয়তে পাছ মাৰ্ক নিৰ্ধাৰণ কৰা হৈছে ৩৩ নম্বৰ
  • নাথাকিব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সুবিধা
  • ইয়াৰ পৰিৱৰ্তে হ'ব বিশেষ পৰীক্ষা
  • ফলাফলৰ দুমাহ পাছত অনুষ্ঠিত হ'ব বিশেষ পৰীক্ষা
  • দুটাতকৈ বেছি বিষয়ত অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে কৰিব লাগিব নতুনকৈ নামভৰ্তি
  • অন্য শিক্ষানুষ্ঠানতো নামভৰ্তি কৰিব পাৰিব অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *