আকৌ বিতৰ্কত সোমাই পৰিছে ৰিয়ান পৰাগ

  • আকৌ বিতৰ্কত সোমাই পৰিছে ৰিয়ান পৰাগ
  • এইবাৰ ড্ৰেছিং ৰূমত ই-চিগাৰেট সেৱনৰ অভিযোগ ৰিয়ানৰ বিৰুদ্ধে
  • মেচৰ মাজতে ভাইৰেল হৈছে ৰিয়ানৰ ফটোগ্ৰাফ
  • PBKSৰ বিৰুদ্ধে খেল চলি থকাৰ সময়তে এই ঘটনা
  • মেচৰ সময়ত নিষিদ্ধ এই ই-চিগাৰেট ৰিয়ানে কেনেকৈ পালে বুলি অভিযোগ
  • কেমেৰাত বাৰে বাৰে আবদ্ধ হ’ল ৰিয়ানৰ ই-চিগাৰেট সেৱনৰ দৃশ্য
  • ক্ৰিকেটাৰগৰাকীৰ এই কাণ্ডক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া
  • ৰিয়ানৰ বিৰুদ্ধে ব্যৱস্থাগ্ৰহণৰ দাবী বিভিন্নজনৰ

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *