- কাজিৰঙাৰ গেলেকীত ভয়ংকৰ পথ দুৰ্ঘটনা
- ই ৰিক্সাৰ খুন্দাত নিহত হয় এজন লোক
- নিহত লোকজন বুদ্ধেশ্বৰ কোঁচ
- ইফালে আহত আন এজন লোক
- গুৰুতৰভাৱে আহত লোকজন বিশ্বজিৎ মণ্ডল
- দুৰ্ঘটনাৰ পিছতে বুদ্ধেশ্বৰ কোঁচক নিয়া হৈছিল কহঁৰা অসামৰিক চিকিৎসালয়লৈ
- চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে
