- বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে আজি ঘোষণা ড্ৰাই ডে’
- কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে
- জিলাখনত আজি নাপাব সুৰা
- কামৰূপ মহানগৰ জিলা আয়ুক্তই জাৰি কৰিছে নিৰ্দেশনা
- ইফালে পাইকাৰী, খুচুৰা সুৰাৰ বিপণী, পাণশালা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে
- একেদৰে সুৰা বন্ধ থাকিব ক্লাব, বাৰ, হোটেলত
- জাৰি কৰা নিৰ্দেশনা মানি চলিবলৈ সকলোলৈ নিৰ্দেশ
- সকলো ব্যৱসায়ী, জনসাধাৰণক কঠোৰভাৱে নিৰ্দেশনা মানি চলাৰ নিৰ্দেশ
- আইন উলংঘা কৰিলে ব্যৱস্থা গ্ৰহণৰো সকীয়নি প্ৰশাসনৰ
