আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই

  • আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে ড০ হিমন্ত বিশ্ব শৰ্মাই
  • যিকোনো মুহূৰ্ততে পদত্যাগ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে
  • ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মাই 
  • মুখ্যমন্ত্ৰীৰ পদত্যাগৰ লগে লগে ভংগ হ’ব পঞ্চদশ অসম বিধানসভা
  • গঠন হ’ব ষষ্ঠদশ অসম বিধানসভা
  • ইফালে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা
  • শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বিজেপিয়ে
  • ইতিমধ্যে দিল্লীৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *