- নিৰ্বাচনত জিকিয়েই মুখ্যমন্ত্ৰীৰ বাসগৃহত অগপ নেতৃত্ব
- ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠকত মিলিত অগপ নেতৃত্ব
- বৈঠকত মিলিত ৰাজ্যিক বিজেপিৰ সভাপতি, অগপৰ ৰাজ্যিক সভাপতি
- ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত দিলীপ শইকীয়া, অতুল বৰা, কেশৱ মহন্ত
- ইফালে আবেলি বাজপেয়ী ভৱনলৈ যাব অগপ নেতৃত্ব
- নিৰ্বাচন জয়ী হোৱাৰ পিছত প্ৰথমবাৰলৈ যাব বাজপেয়ী ভৱনলৈ
- বিজেপি নেতৃত্বক সাক্ষাৎ কৰিব অগপ নেতৃত্বই
- ১০২ আসনৰে অসমত যাদু দেখুৱালে বিজেপি মিত্ৰজোঁট
- চৰকাৰ গঠনৰ পূৰ্বে আলোচনাত বহিছে নেতাসকল
- একেদৰে মুখ্যমন্ত্ৰীক নিশাই সাক্ষাৎ কৰিলে হাগ্ৰামা মহিলাৰীয়ে
