থালাপতি বিজয় তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী

  • তামিলনাডুত অন্ত পৰিল চৰকাৰ গঠনৰ অনিশ্চয়তাৰ
  • VCKৰ আনুষ্ঠানিক সিদ্ধান্তৰ পাছতে তামিলনাডুত TVKৰ চৰকাৰ গঠন হ’ল
  • থালাপতি বিজয়ে ল’লে মুখ্যমন্ত্ৰী হিচাপে শপত
  • জল্পনা-কল্পনা, শ্বাসৰুদ্ধকৰ নাটকৰ অন্ত পৰিল 
  • বিজয় থালাপতিৰ হাতত বিধায়কৰ সংখ্যা হলগৈ ১১৯ জন
  • শপতগ্ৰহণ অনুষ্ঠানত দেখা গ’ল সকলোৰে আনন্দ
  • হৰ্ষোল্লাস দেখা গ’ল TVKৰ নেতা-সমৰ্থকসকলৰ মাজত
  • DMK বা AIADMK ৰ বাহিৰৰ পৰা ১৯৯৭ চনৰ পাছত প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়ে ল’লে শপত
  • বিজয়ৰ সৈতে কেইবাগৰাকী মন্ত্ৰীয়েও ল’লে শপত
  • অনুষ্ঠানত ৰাহুল গান্ধীৰ লগতে বিজয়ৰ পিতৃ-মাতৃ উপস্থিত থাকে
  • ছবিজগতৰ বহু তাৰকাও এই অনুষ্ঠানত উপস্থিত থাকে

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *