মোদী-যোগী-শিৱৰাজৰ শাৰীত হিমন্ত বিশ্ব শৰ্মা

  • মোদী-যোগী-শিৱৰাজৰ শাৰীত হিমন্ত বিশ্ব শৰ্মা
  • একাধিকবাৰ মুখ্যমন্ত্ৰী হোৱা BJP নেতাৰ বিশেষ তালিকাত স্থান অসমৰ মুখ্যমন্ত্ৰীৰ
  • ২০২১ চনৰ মে’ মাহত প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা
  • ২০২৬ চনত একেৰাহে দ্বিতীয় কাৰ্যকাল আৰম্ভ কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে
  • এই বিশেষ তালিকাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
  • ২০০১ৰ পৰা ২০১৪লৈ চাৰিবাৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী
  • উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী
  • ২০১৭ আৰু ২০২২—দুয়োটা নিৰ্বাচনতে BJPক জয়ী কৰাইছিল যোগী আদিত্যনাথে
  • দীৰ্ঘদিন মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল শিৱৰাজ সিং চৌহান
  • ২০০৫ৰ পৰা ২০২৩লৈ চাৰিবাৰ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল শিৱৰাজ সিং চৌহান
  • মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত
  • ২০১৪ত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল দেৱেন্দ্ৰ ফাড়নাৱিছ
  • ২০১৯ত কিছু দিনৰ বাবে পুনৰ মুখ্যমন্ত্ৰী হৈছিল দেৱেন্দ্ৰ ফাড়নাৱিছ
  • তাৰ পাছত পুনৰ ২০২৪ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে দেৱেন্দ্ৰ ফাড়নাৱিছে
  • কৰ্ণাটকত চাৰিবাৰ মুখ্যমন্ত্ৰী হৈছিল বি এছ য়েডিয়েৰুপ্পা
  • ২০০৭, ২০০৮, ২০১৮ আৰু ২০১৯ত মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল য়েডিয়েৰুপ্পাই
  • ছট্টিশগড়ত তিনিবাৰ মুখ্যমন্ত্ৰী হৈছিল ৰমন সিং
  • ২০০৩, ২০০৮ আৰু ২০১৩ত BJP চৰকাৰৰ নেতৃত্ব দিছিল ৰমন সিঙে
  • একেৰাহে ১৫ বছৰ ছট্টিশগড় শাসন কৰিছিল ৰমন সিঙে
  • ৰাজস্থানত দুবাৰ মুখ্যমন্ত্ৰী হৈছিল বসুন্ধৰা ৰাজে
  • ২০০৩ আৰু ২০১৩ত BJP চৰকাৰ গঠন কৰিছিল বসুন্ধৰা ৰাজেই
  • ৰাজস্থানত BJPৰ অন্যতম শক্তিশালী মহিলা মুখ হিচাপে পৰিচিত বসুন্ধৰা ৰাজে
  • উত্তৰাখণ্ডত দুবাৰ মুখ্যমন্ত্ৰী হৈছিল পুস্কৰ সিং ধামি
  • ২০২১ আৰু ২০২২ত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল পুষ্কৰ সিং ধামীয়ে
  • হিমাচল প্ৰদেশত দুবাৰ মুখ্যমন্ত্ৰী হৈছিল প্ৰেম কুমাৰ ধামাল 
  • ১৯৯৮ আৰু ২০০৭ত BJP চৰকাৰৰ নেতৃত্ব দিছিল প্ৰেম কুমাৰ ধামালে
  • অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী Pema Khandu তৃতীয়বাৰৰ বাবে চৰকাৰৰ নেতৃত্বত
  • ২০১৬, ২০১৯ আৰু ২০২৪ত তিনিবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে পেমা খাণ্ডুৱে
  • গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ল
  • ২০১৯ আৰু ২০২২ত BJP চৰকাৰৰ নেতৃত্বত আছিল প্ৰমোদ সাৱন্ত
  • হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ দুবাৰ মুখ্যমন্ত্ৰী হৈছিল
  • ২০১৪ আৰু ২০১৯ত BJP চৰকাৰ গঠন কৰিছিল মনোহৰ লাল খট্টৰে
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এতিয়া BJPৰ অন্যতম প্ৰভাৱশালী মুখ্যমন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হ'ল এই তালিকাত

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *