মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ

  • মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ
  • ইতিমধ্যে শপতগ্ৰহণ কৰা ৪ মন্ত্ৰীক বিভিন্ন দায়িত্ব অৰ্পণ
  • ৰামেশ্বৰ তেলীক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰমিক কল্যাণৰ দপ্তৰ
  • চাহ জনজাতি আৰু আদিবাসী উন্নয়ন দপ্তৰৰ দায়িত্বও তেলীক
  • অতুল বৰাক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, অসম চুক্তি ৰূপায়ণৰ দায়িত্ব
  • সীমা সুৰক্ষা আৰু আবকাৰী দপ্তৰৰ দায়িত্ব অতুল বৰাক
  • পৰিবহণ আৰু বড়োলেণ্ড উন্নয়ন দপ্তৰ চৰণ বড়োক
  • মহিলা আৰু শিশু উন্নয়ন, পৰ্যটন দপ্তৰৰ দায়িত্ব অজন্তা নেওগক 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *