- আতচবাজী ফেক্টৰীত বিস্ফোৰণ হৈ ৫জনৰ মৃত্যু
- মধ্যপ্ৰদেশৰ দেৱাছত সংঘটিত হৈছে এই বিস্ফোৰণ
- মৃত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা
- গুৰুতৰভাৱে আহত ২৩ জন শ্ৰমিক
- ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী মোহন যাদৱে
- মৃতকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ সাহায্য ঘোষণা মধ্যপ্ৰদেশ চৰকাৰৰ
