চিন্তা আতৰিল কংগ্ৰেছৰ, মুখত হাঁহি গৌৰৱৰ

  • বেয়া খবৰৰ মাজতো কংগ্ৰেছৰ বাবে এটা ভাল খবৰ
  • বিধানসভাত বিৰোধীৰ দলপতিৰ মৰ্যাদা লাভ কৰিব দলটোৱে
  • পূৰ্বে বিৰোধী দলপতিৰ মৰ্যাদাৰ বাবে প্ৰয়োজন হৈছিল ২১জন বিধায়কৰ
  • কিন্তু বিৰোধীৰ দলপতিৰ ক্ষেত্ৰত থকা নিয়মৰ সংশোধন কৰা হৈছে
  • সেই অনুসৰি ১৩জন বিধায়ক থকা দলে লাভ কৰিব বিৰোধীৰ দলপতিৰ মৰ্যাদা
  • কংগ্ৰেছৰ পৰা জয়ী হৈছিল ১৯ গৰাকী বিধায়ক
  • বিৰোধী দলসমূহৰ ভিতৰত দল হিচাপত সৰ্বাধিক আসন পাইছিল কংগ্ৰেছে
  • কংগ্ৰেছৰ ১৮ জন সংখ্যালঘু আৰু এজন হিন্দু বিধায়ক জিকিছিল
  • মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই বিৰোধী দলপতি নাথাকিব নেকি বুলি প্ৰশ্ন হৈছিল
  • ফলাফলৰ পাছতেই বিমোৰত পৰিছিল দলটো
  • সেই চিন্তা আতৰিল আৰু দলটোৰ তৰফৰ পৰা থাকিব বিৰোধীৰ দলপতি 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *