১ জুলাইৰ পৰা বৃদ্ধি হ’ব যাত্ৰীবাহী বাছৰ ভাড়া

  • শীঘ্ৰেই বাঢ়িব বাছৰ ভাড়া
  • ১ জুলাইৰ পৰা বৃদ্ধি হ’ব যাত্ৰীবাহী বাছৰ ভাড়া
  • ৭০% বাছ ভাড়াৰ সিদ্ধান্ত 
  • সদৌ অসম মটৰ পৰিবহণ সন্থাই গ্ৰহণ কৰিছে সিদ্ধান্ত
  • ভাড়া বৃদ্ধিৰ সিদ্ধান্ত নামনি অসম বাছ সন্থাৰ
  • ইন্ধনৰ সঘনে দাম বৃদ্ধিৰ বাবে এই সিদ্ধান্ত সন্থাৰ
  • ইতিমধ্যে বাছসমূহত বিতৰণ কৰা হৈছে গোহাৰি পত্ৰ
  • যাত্ৰীবাহী বাছৰ ন্যূনতম ভাড়া হ’ব ২০ টকা

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *