- গুৱাহাটী মহানগৰীৰ ৩৬৬টা অঞ্চল ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিহ্নিত
- দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে
- অঞ্চলসমূহৰ লোকসকলক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে
- অঞ্চলসমূহ হৈছে চূণশালি, কাহিলিপাৰাৰ বহুকেইটা অঞ্চল
- কাহিলিপাৰা, দক্ষিণ গাঁও, শংকৰপুৰ, আদা গুদাম
- চূণশালিৰো একাধিক অঞ্চল চিহ্নিত ভূমিস্খলন প্ৰৱণ এলেকা
- গোপালনগৰ, নুনমাটি, মাধৱপুৰ, চূণশালি
- শৰণীয়াৰ গান্ধীমণ্ডপ, দক্ষিণ শৰণীয়া, PNGB ৰোড, শান্তিপুৰতো ভূমিস্খলনৰ আশংকা
- শান্তিপুৰ, নৰকাসুৰ পাহাৰৰ নিজৰাপাৰ, গোপীনাথ নগৰ
- নৱগ্ৰহৰ হাউছিং কলনী পথ, কুশল কোঁৱৰ পথ
- নাৰেংগী, মঠঘৰীয়া, ফৰেষ্ট গেট, যুৱ নগৰ
- খাৰঘুলি, উজানবজাৰৰ এলেকাও আছে তালিকাত
- খানাপাৰাৰ আমচাং যোৰাবাটো চিহ্নিত
- পাণ্ডু প’ৰ্ট, কামাখ্যা মন্দিৰৰ সমীপৰ এলেকাতো ভূমিস্খলনৰ আশংকা
- জালুকবাৰীৰ কেইবাটাও অঞ্চল চিহ্নিত ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে
- লংকেশ্বৰ, খনামুখত আশংকা ভূমিস্খলনৰ
