- ফাষ্টট্ৰেক আদালতত অব্যাহত জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া
- ২৬ জুনলৈ বৃদ্ধি সাক্ষ্যগ্ৰহণৰ সময়সীমা
- বিগত ১০ দিন ধৰি চলি আছে এজাহাৰকাৰীৰ সাক্ষ্যগ্ৰহণ
- আজি পুনৰ সাক্ষ্য দিলে অভিনেতা ৰবি শৰ্মাই
- শুকুৰবাৰৰ আধৰুৱা হৈছিল অভিনেতাজনৰ সাক্ষ্যদান
- সোমবাৰে পুনৰ আদালতত হাজিৰ হ'ব লাগিব অভিনেতাগৰাকী
