- এইপৰ্যন্ত ৰঙিয়াত JEত আক্ৰান্ত হৈছে চাৰিজন লোক
- JEত আক্ৰান্ত হৈ চিকিত্সাধীন অৱস্থাত মৃত্যু এগৰাকী মহিলাৰ
- ৰঙিয়াৰ তৰণী অঞ্চলৰ এগৰাকী মহিলাৰ মৃত্যু
- JEৰ প্ৰাদুৰ্ভাৱক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে শংকা আৰু উদ্বেগৰ
- তুলসীবাৰীৰ ৮ বছৰীয়া এটি শিশুও সম্প্ৰতি চিকিত্সাধীন
- ঘটনাৰ পাছতে ৰঙিয়াত তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ
- আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন বিভাগটোৰ একাধিক বিষয়াৰ
- ৰাইজক সাৱধানতা অৱলম্বনৰ আহ্বান স্বাস্থ্য বিভাগৰ
