বাইহাটা চাৰিআলিত অঘটন। তিনিজনকৈ দশম শ্ৰেণীৰ ছাত্ৰ কলাজল নদীত নিখোজ।মাজগাওৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰিচভ ডেকা, কৰৰা গাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰ হৰনিশ কাশ্যাপ, আৰু দশম শ্ৰেণীৰ ছাত্ৰ দিক্ষিত চৌধুৰীয়ে অন্য দুজন বন্ধুৰ সতে জন্ম দিন উদযাপন কৰিবলৈ আহিছিল কলাজল নদীৰ পাৰলৈ। নদীত গা ধুবলৈ যাওঁতে নিখোজ হয় তিনি জনকৈ ছাত্ৰ।
SDRF য়ে অভিযান চলাই এতিয়ালৈকে নিৰুদিষ্ট দীক্ষিত চৌধুৰীৰ আৰু ঋষভ ডেকাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।
ঘটনা স্থলীত উপস্থিত কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ।