বান গড়াখহনীয়াৰ বিৰুদ্ধে সৰৱ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা

বান গড়াখহনীয়াৰ বিৰুদ্ধে সৰৱ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা । তিনিচুকীয়া জিলাৰ নৈপৰীয়া গাঁৱসমূহত সৃষ্টি হোৱা বান গঢ়াখহনীয়া সমস্যা সমাধান আৰু বান গড়াখহনীয়াত সৰ্বস্বান্ত হেৰুৱা বানবিধস্ত লোকসকলক স্থায়ী সংস্থাপনৰ দাবীত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে অৱস্থান ধৰ্মঘট ৷
তিনিচুকীয়াৰ থানা চাৰিআলিত সাব্যস্ত কৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কায্যসূচীৰ জৰিয়তে অতিসোনকালে বান গড়াখহনীয়া সমস্যা সমাধান কৰাৰ লগতে স্থায়ী সংস্থাপন নকৰিলে ধাৰাবাহিক প্ৰতিবাদ গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে আছুৱে ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *