Assam Weather Update: ৰাজ্যত বিভিন্ন অঞ্চলত হ'ব পাৰে ধাৰাসাৰ বৰষুণ।
অসমৰ ১২ খনকৈ জিলাত ধাৰসাৰ বৰষুণ দিয়াৰ সম্ভাৱনা । বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সম্ভাৱনা । গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, হাইলাকান্দি ডিমা হাছাও, শ্ৰীভূমি, কাছাৰ, শিৱসাগৰ,তিনিচুকীয়া, চৰাইদেউ আৰু ডিব্ৰুগড় জিলাত ধাৰসাৰ বৰষুণৰ সম্ভাৱনা ।
আনহাতে, বজালী, তামুলপুৰ, বাক্সা, কাৰ্বি আংলং আৰু হোজাই জিলাত উৎকট গৰমৰ প্ৰকোপ পৰাৰ সম্ভাৱনা।