সাৱধান! অচিৰেই সলনি কৰক আপোনাৰ সামাজিক মাধ্যমৰ পাছৱৰ্ড!!

Cyber Attack:  সাৱধান! অচিৰেই সলনি কৰক আপোনাৰ সামাজিক মাধ্যমৰ পাছৱৰ্ড!!চাইবাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত বৃহৎ সংকটত বিশ্বত। 
বিশ্বজুৰি লীক হৈছে ১৬০০ কোটি একাউণ্টৰ পাছৱৰ্ড। পাছৱৰ্ড লীক হোৱা একাউণ্ট সমূহ হেকাৰৰ চিকাৰ হোৱাৰ সম্ভাৱনা।  বিশেষজ্ঞ মহলৰ সন্দেহ মতে অনলাইনত বিক্ৰীৰ বাবে চুৰি কৰা হৈছে পাছৱৰ্ড।
সম্ভাব্য বিপদৰ সন্মুখত সামাজিক মাধ্যমৰ একাংশ ব্যৱহাৰকাৰীও। সামাজিক মাধ্যম ব্যৱহাৰকাৰীক শীঘ্ৰে পাছৱৰ্ড সলনিৰ পৰামৰ্শ গুগলৰ। 
এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে 'চাইবাৰ নিউজ' আৰু 'ফৰ্বছ'এ। 

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *