বোকাখাতৰ পানবাৰী CRPF কেম্পত অঘটন। কেম্পৰ ভিতৰত গ্ৰেণেড বিস্ফোৰণৰ সন্দেহ । বিস্ফোৰণত আহত অসম আৰক্ষীৰ ৩ জোৱান। আহত হৈছে সিদ্ধাৰ্থ বৰবৰা , মিন্টু হাজৰিকা আৰু সুশীল ভূমিজ।
আহত জোৱানকেইজনক বোকাখাত মহকুমা অসাময়িক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনাস্থলীত মহকুমা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
এখন বাইকেৰে অহা দুৰ্বৃত্তই বিশেষ সামগ্ৰী পেলাই থৈ যোৱাৰ পাছতেই বিস্ফোৰণ ঘটাৰ দাবী প্ৰত্যক্ষদৰ্শীৰ।