দলগাঁৱত নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

দলগাঁৱত নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে দলগাঁও আৰক্ষীৰ অভিযান। ভাতৰ হোটেলত জব্দ কৰিলে নিষিদ্ধ গো-মাংস। দলগাঁৱৰ অসম মালা পথত বিভিন্ন হোটেলত অভিযান চলাই দলগাঁও আৰক্ষীয়ে কেইবাখনো হোটেলৰ পৰা জব্দ কৰে গো মাংস।
আভিযোগ আনুসৰি দীর্ঘদিনৰ পৰাই হোটেলসমূহত চলি আছিল নিষিদ্ধ গো মাংস। আৰক্ষীয়ে নিষিদ্ধ গো মাংস উদ্ধাৰ কৰা লগতে  হোটেলৰ পৰা আজিত আলি নামৰ  লোকক এজনক আটক কৰে ।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *