অসম

টেঙাখাটত অইলৰ প্ৰতিষ্ঠানত বিস্ফোৰণৰ ঘটনাত তৃতীয়জনৰ মৃত্যু

NewzNow · ৭ নৱেম্বৰ ২০২৬

১ / ৫

ডিব্ৰুগড়ৰ টেঙাখাটত অইল ইণ্ডিয়াৰ প্ৰতিষ্ঠানত বিস্ফোৰণৰ পিছত হোৱা অগ্নিকাণ্ডত মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে।

২ / ৫

ডিব্ৰুগড়, ৭ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ টেঙাখাটত Oil India Limited (OIL)-ৰ প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণৰ পিছত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত মৃত্যুৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে।

৩ / ৫

ডিব্ৰুগড় জিলাৰ চাবুৱাৰ বাসিন্দা ৰূপম গগৈ ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল।

৪ / ৫

শুকুৰবাৰে টেঙাখাটত অইলৰ Intermediate Tank Farm (ITF) চৌহদত বিস্ফোৰণৰ পিছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল।

৫ / ৫

ঘটনাটোত প্ৰথমে ৰাজু দত্তৰ মৃত্যু হৈছিল।

টেঙাখাটত অইলৰ প্ৰতিষ্ঠানত বিস্ফোৰণৰ ঘটনাত তৃতীয়জনৰ মৃত্যু

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক