গুৱাহাটীৰ ভঙাগড়ত চিটি ধাবাৰ এটা বিপণীত শনিবাৰে পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
গুৱাহাটী, ৭ নৱেম্বৰঃ মহানগৰীৰ ভঙাগড় অঞ্চলত শনিবাৰে পুৱতি নিশা চিটি ধাবাৰ এটা বিপণীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে কেইবাখনো অগ্নিনিৰ্বাপক বাহনৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা চলায়।
ঘটনাস্থলীত বহু লোকৰ সমাগম হয়।
ভঙাগড় উৰণ সেতুৰ সমীপত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত অঞ্চলটোত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।
newznow.in