প্ৰথমে ৯৪.৪২ টকা দাম ধৰি পাছত কিয় ৮১ টকাতে বেংকটো বিক্ৰী কৰিবলৈ মান্তি হ’ল চৰকাৰ?
চৰকাৰী বেংক হিচাপে পৰিচিত আইডিবিআই বেংকটো (IDBI Bank) কানাডাৰ ‘ফেয়াৰফেক্স’ (Fairfax Financial Holdings) নামৰ কোম্পানীটোক বিক্ৰী কৰাৰ সিদ্ধান্তক লৈ দেশজুৰি এক ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছে।
কিন্তু দেশৰ আগশাৰীৰ বাণিজ্যিক আলোচনী ‘বিজনেছৱৰ্ল্ড’ (Businessworld) আৰু কাকত ‘বিজনেছ ষ্টেণ্ডাৰ্ড’ত (Business Standard) প্ৰকাশিত এক বিশেষ অনুসন্ধানমূলক বাতৰিয়ে এই বিক্ৰী প্ৰক্ৰিয়াক লৈ…
আনহাতে, বাতৰিটো ওলোৱাৰ পাছতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে (DIPAM) এক বিবৃতিত এই সকলো অভিযোগ খণ্ডন কৰিছে আৰু এই সিদ্ধান্তৰ ফলত দেশৰ ৰাজকোষৰ হাজাৰ হাজাৰ কোটি টকা লাভহে হৈছে বুলি স্পষ্ট কৰি…
সাধাৰণ পাঠকৰ বাবে সমগ্ৰ বিষয়টো তলত সহজ ভাষাত তুলি ধৰা হ’ল—
newznow.in