দেশ

৪,০০০ কোটি টকীয়া বলীউডৰ বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত ৰাম-লক্ষ্মণৰ কৱচসদৃশ সাজ নিৰ্মাণত অসমৰ শিল্পীৰ হাতৰ পৰশ!

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

৪,০০০ কোটি টকাৰ বৃহৎ চলচ্চিত্ৰ প্ৰকল্প ‘ৰামায়ণ’ত অসমৰ পৰম্পৰাগত কাৰুশিল্পৰ অৱদান।

২ / ৫

বলীউডৰ বৃহৎ বাজেটৰ ছবি ‘ৰামায়ণ’ত উজলিল অসমৰ পৰম্পৰাগত কাৰুশিল্প আৰু থলুৱা শিল্পীৰ প্ৰতিভা।

৩ / ৫

ছবিখনৰ কষ্টিউম ডিজাইনাৰ অজয় কুমাৰে নিজৰ দলৰ সৈতে অসমলৈ আহি এই বিশেষ কৱচসদৃশ সাজৰ নিৰ্মাণ প্ৰক্ৰিয়া তদাৰক কৰিছিল।

৪ / ৫

সৰপত বেতক মূল উপাদান হিচাপে ব্যৱহাৰ কৰি ইয়াৰ সৈতে মৰাপাট আৰু কাঠৰ বিভিন্ন অংশ সংযোজন কৰা হৈছিল।

৫ / ৫

এই নিৰ্মাণ কাৰ্যত অসমৰ স্থানীয় শিল্পীসকলৰ অৱদানৰ কথাও পোহৰলৈ আহিছে।

৪,০০০ কোটি টকীয়া বলীউডৰ বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত ৰাম-লক্ষ্মণৰ কৱচসদৃশ সাজ নিৰ্মাণত অসমৰ শিল্পীৰ হাতৰ পৰশ!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক