গুৱাহাটী, ৩১ অক্টোবৰঃ গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি গগৈয়ে আজি পুনৰ ধেমাজি থানাত হাজিৰ হয়।
অধিবক্তাগৰাকীৰ মতে, জোনমণি গগৈয়ে আত্মসমৰ্পণ কৰা নাই।
ইফালে, হোটেল বিলাস ইন হত্যাকাণ্ডৰ গোচৰত আৰক্ষীক কঠোৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ আহ্বান জনাইছে ঘনকান্ত গগৈৰ অধিবক্তাই।
উল্লেখ্য যে, হোটেল বিলাস ইন কাণ্ডৰ তদন্ত অব্যাহত থকাৰ মাজতে জোনমণি গগৈৰ ধেমাজি থানাত উপস্থিতি আৰু ঘনকান্ত গগৈৰ অধিবক্তাৰ মন্তব্যই নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
আৰক্ষীয়ে বিচৰাৰ বাবেই থানাত উপস্থিত হোৱা বুলি জানিবলৈ দিছে জোনমণিৰ অধিবক্তাই।
newznow.in