প্ৰতিবাদ কৰিবলৈ অনুমতি বিচৰা হোৱা নাই, কেৱল প্ৰশাসনক আগতীয়াকৈ অৱগত কৰিবলৈ অহা হৈছে বুলি দাবী উঠিছে।
প্ৰতিবাদৰ বাবে অনুমতি বিচৰা হোৱা নাই; কেৱল প্ৰশাসনক আগতীয়াকৈ অৱগত কৰিবলৈ অহা হৈছে বুলি বুলি কয় CJPৰ সৌৰভ দাসে।
প্ৰতিবাদৰ সময় আৰু দিন জনাবলৈ কোৱা হৈছিল বুলি উল্লেখ কৰি কোৱা হয় যে, সেই অনুসৰিয়েই উপস্থিত থকা হ’ব।
প্ৰতিবাদৰ দিন আৰু সময় জনাবলৈ কোৱা অনুসৰিয়েই সেই তথ্য দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে, শান্তিপূৰ্ণ প্ৰতিবাদত বাধা দিব নোৱাৰে।
আৰক্ষী-প্ৰশাসনৰ দায়িত্ব হ’ল প্ৰতিবাদকাৰীৰ বাবে নিৰ্দিষ্ট প্ৰতিবাদস্থলৰ ব্যৱস্থা কৰা।
newznow.in