মুক্তিৰ তিনিদিনতে ‘ৰামায়ণ: পাৰ্ট ৱান’ৰ বিশ্বজুৰি উপাৰ্জন ৩৭৫.৫০ কোটি টকা।
নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ‘ৰামায়ণ: পাৰ্ট ৱান’ ছবিখনে বক্স অফিচত অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে।
ছবিখনে প্ৰথম দিনা ভাৰতত ৬৪.৮৫ কোটি টকাৰ নেট উপাৰ্জন কৰিছিল।
তৃতীয় দিনা ভাৰতত ছবিখনৰ মুঠ গ্ৰছ উপাৰ্জন আছিল ৮৩.৪৫ কোটি টকা।
বিদেশৰ বজাৰতো ছবিখনে ভাল সঁহাৰি লাভ কৰিছে।
newznow.in