অসম

ডিমা হাছাওত শিলচৰ অভিমুখী চলন্ত ৰে’লত অগ্নিকাণ্ড

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

ডিমা হাছাওৰ লাংটিং ষ্টেচন পাৰ হোৱাৰ পাছতে শিলচৰ অভিমুখী চলন্ত ৰে’লখনত পুৱতি নিশা জুই লাগে।

২ / ৫

ডিমা হাছাও: শিলচৰ অভিমুখী এখন চলন্ত ৰে’লত পুৱতি নিশা অগ্নিকাণ্ড সংঘটিত হয়।

৩ / ৫

লাংটিং ষ্টেচন পাৰ হোৱাৰ কিছু সময়ৰ পাছতে ৰে’লখনত জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।

৪ / ৫

ৰে’লখনৰ ভিতৰত ধোঁৱা আৰু জুই দেখা পোৱাৰ পাছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

৫ / ৫

ঘটনাস্থলীত জৰুৰীকালীন দল আৰু ৰে’লৱে কৰ্তৃপক্ষ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।

ডিমা হাছাওত শিলচৰ অভিমুখী চলন্ত ৰে’লত অগ্নিকাণ্ড

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক