অসম

টপাটলীত উদ্যোগ স্থাপনৰ ৰাজহুৱা শুনানিক লৈ তীব্ৰ বিতৰ্ক

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

শনিবাৰে এখন ৰাজহুৱা শুনানিত এগৰাকী খেতিয়কে প্ৰগ্ৰেছিভ ফাৰ্টিকেমৰ প্ৰভাৱত অঞ্চলটোৰ পানী, খেতি আৰু মাছৰ ক্ষতি হোৱা বুলি অভিযোগ কৰে।

২ / ৫

শনিবাৰে এখন ৰাজহুৱা শুনানিত উপস্থিত এগৰাকী খেতিয়কে প্ৰগ্ৰেছিভ ফাৰ্টিকেমৰ কাম-কাজৰ ফলত অঞ্চলটোৰ পানী, খেতি আৰু মাছৰ ক্ষতি হোৱা বুলি অভিযোগ কৰি শুনানিখন স্থগিত ৰাখি বহল ভিত্তিত পুনৰ আয়োজনৰ…

৩ / ৫

তেওঁৰ অভিযোগ, বামফৰ্ড, ভেলগুৰি, নিহংদিচা, টোপাতলি আৰু দক্ষিণ টোপাতলিৰ দৰে প্ৰভাৱিত অঞ্চলক পৃথকভাৱে বিবেচনা কৰিলে ৫০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটিছে।

৪ / ৫

কাৰখানীৰ পৰা এৰি দিয়া পানীৰ ফলত এপ্ৰিল বা মে’ মাহত পথাৰৰ মাটি আৰু গছ-গছনি নষ্ট হোৱা বুলি তেওঁ অভিযোগ কৰে।

৫ / ৫

তেওঁৰ মতে, কাৰখানাৰ গেছ বিশুদ্ধকৰণ নকৰাকৈ এৰি দিয়াৰ ফলতো খেতিৰ ক্ষতি হয়।

টপাটলীত উদ্যোগ স্থাপনৰ ৰাজহুৱা শুনানিক লৈ তীব্ৰ বিতৰ্ক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক