দেশ

১ নৱেম্বৰত ৰাহুল গান্ধীৰ ‘চলো দিল্লী’ সমদল ! লোৱা নাই অনুমতি: দিল্লী আৰক্ষী

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

SIRক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আজি ‘Public Impeachment’ কাৰ্যসূচী গ্ৰহণ কৰিব INDIA মিত্ৰজোঁটে।

২ / ৫

নতুন দিল্লী, ৩১ অক্টোবৰঃ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR)ক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰিছে বিৰোধী INDIA মিত্ৰজোঁটে।

৩ / ৫

প্ৰথমে শুকুৰবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল এই ‘Public Impeachment’ কাৰ্যসূচী।

৪ / ৫

প্ৰকাশিত প্ৰতিবেদন অনুসৰি, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ১০, ৰাজাজী মাৰ্গৰ বাসগৃহত এই কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা।

৫ / ৫

কাইলৈ ৰাহুল গান্ধীৰ নেতৃত্বত সমদল

১ নৱেম্বৰত ৰাহুল গান্ধীৰ ‘চলো দিল্লী’ সমদল ! লোৱা নাই অনুমতি: দিল্লী আৰক্ষী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক