অসম

টপাটলীত নতুন ৰাসায়নিক উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ বিতৰ্ক, ৮০ শতাংশ চকী খালী থকাৰ অভিযোগ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

টপাটলীত নতুন ৰাসায়নিক উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ বিতৰ্ক, ৮০ শতাংশ খালি চকীৰে ৰাজহুৱা শুনানি

২ / ৫

গুৱাহাটী: কামৰূপ মহানগৰ জিলাৰ টপাটলীত প্ৰস্তাৱিত এটা বৃহৎ ৰাসায়নিক উদ্যোগক লৈ অনুষ্ঠিত ৰাজহুৱা শুনানিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক।

৩ / ৫

৩০ অক্টোবৰত টপাটলীৰ NH-27ৰ কাষত প্ৰস্তাৱিত উদ্যোগিক প্ৰকল্পটোক লৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে এই ৰাজহুৱা শুনানিৰ আয়োজন কৰিছিল।

৪ / ৫

M/s Progressive Innochem LLP নামৰ প্ৰতিষ্ঠানটোৱে স্থাপন কৰিবলৈ লোৱা উদ্যোগটোক লৈ অনুষ্ঠিত এই শুনানিত ৰাইজৰ অংশগ্ৰহণক কেন্দ্ৰ কৰি এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

৫ / ৫

প্ৰস্তাৱিত উদ্যোগটোত কষ্টিক ছ'ডা, ক্ল'ৰিনেটেড পেৰাফিন ৱাক্স, ক্ল'ৰিনেটেড পলিইথিলিন, এলুমিনিয়াম ক্ল'ৰাইড, ব্লিচিং পাউডাৰ আৰু ফেৰিক ক্ল'ৰাইড উৎপাদনৰ পৰিকল্পনা কৰা হৈছে।

টপাটলীত নতুন ৰাসায়নিক উদ্যোগৰ ৰাজহুৱা শুনানিক লৈ বিতৰ্ক, ৮০ শতাংশ চকী খালী থকাৰ অভিযোগ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক