আন্তঃৰাষ্ট্ৰীয়

পোলেণ্ডত সাংবিধানিক সংকট! ন্যায়াধিকৰণৰ মুৰব্বীক নিলম্বনক লৈ চৰকাৰ-বিৰোধীৰ সংঘাত

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

পোলেণ্ডৰ সাংবিধানিক ন্যায়াধিকৰণৰ সভাপতি বগদান শ্বিয়েনচকভস্কিক নিলম্বন কৰাৰ পিছতে ৱাৰ্ছত প্ৰতিবাদৰ সৃষ্টি হৈছে।

২ / ৫

ৱাৰ্ছ, ৩১ অক্টোবৰঃ পোলেণ্ডৰ সাংবিধানিক ন্যায়াধিকৰণৰ মুৰব্বী বগদান শ্বিয়েনচকভস্কিক নিলম্বন কৰাৰ ঘটনাক কেন্দ্ৰ কৰি দেশখনত ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে।

৩ / ৫

প্ৰতিবাদৰ সময়ত একাংশ লোকে ন্যায়াধিকৰণৰ বেৰ পাৰ হৈ ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰে।

৪ / ৫

ন্যায়াধিকৰণৰ সভাপতি বগদান শ্বিয়েনচকভস্কি আৰু উপ-সভাপতি বাৰ্তোমিয়েই ছ’হানস্কিক নিলম্বন কৰাৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হয়।

৫ / ৫

চেনেগাল ভ্ৰমণ আধাতে সামৰি উভতিল ৰাষ্ট্ৰপতি

পোলেণ্ডত সাংবিধানিক সংকট! ন্যায়াধিকৰণৰ মুৰব্বীক নিলম্বনক লৈ চৰকাৰ-বিৰোধীৰ সংঘাত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক