উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত মহিলাক অপহৰণৰ অভিযোগত নিষিদ্ধ সংগঠনৰ দুই সদস্য গ্ৰেপ্তাৰ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মণিপুৰৰ ইম্ফল পূব জিলাত এগৰাকী মহিলাক অপহৰণৰ অভিযোগত নিষিদ্ধ KCP (নংদ্ৰেনখোম্বা)ৰ দুজন সদস্যক গ্ৰেপ্তাৰ।

২ / ৫

ইম্ফল, ৩১ অক্টোবৰঃ মণিপুৰৰ ইম্ফল পূব জিলাত এগৰাকী মহিলাক অপহৰণৰ ঘটনাত জড়িত থকাৰ সন্দেহত নিষিদ্ধ ঘোষিত সংগঠনৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে।

৩ / ৫

বৃহস্পতিবাৰে আৰক্ষীৰ কমাণ্ডো আৰু ৩১ অসম ৰাইফলছৰ এটা যুটীয়া দলে অভিযান চলাই দুয়োজনক আটক কৰে।

৪ / ৫

অভিযানৰ সময়ত ধৃত লোক দুজনৰ পৰা এটা আগ্নেয়াস্ত্ৰ, গুলী-বাৰুদ আৰু এখন বাহন জব্দ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে।

৫ / ৫

উল্লেখ্য যে, ২০২৩ চনৰ মে’ মাহত মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাজ্যখনৰ বিভিন্ন অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

মণিপুৰত মহিলাক অপহৰণৰ অভিযোগত নিষিদ্ধ সংগঠনৰ দুই সদস্য গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক