উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰত SoO চুক্তি বাতিলৰ দাবীত মেইটেই-নাগা সংগঠনৰ ৰাজ্যজোৰা প্ৰতিবাদ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মণিপুৰত SoO চুক্তি বাতিলৰ দাবীত মেইটেই আৰু নাগা সংগঠনসমূহে ৰাজ্যজুৰি প্ৰতিবাদী সমদল উলিয়ায়।

২ / ৫

ইম্ফল, ৩১ অক্টোবৰঃ মণিপুৰত কুকি বিদ্ৰোহী সংগঠনসমূহৰ সৈতে স্বাক্ষৰিত Suspension of Operations (SoO) চুক্তি বাতিলৰ দাবীত শনিবাৰে মেইটেই আৰু নাগা সংগঠনসমূহে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী…

৩ / ৫

ইম্ফলৰ টিডিম গ্ৰাউণ্ডৰ পৰা আৰম্ভ হোৱা সমদলটো থাউ গ্ৰাউণ্ডৰ দিশে আগবাঢ়ে।

৪ / ৫

সমদলকাৰীসকলে ‘মণিপুৰ ৰক্ষা কৰক’, ‘শান্তি আৰু ন্যায় লাগে’ আৰু ‘SoO চুক্তি বাতিল কৰক’ আদি শ্ল’গান লিখা বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰে।

৫ / ৫

COCOMIৰ আহ্বায়ক ৱাই কে ধীৰেনে ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰি বৰ্তমানৰ চৰকাৰৰ পদত্যাগ দাবী কৰে।

মণিপুৰত SoO চুক্তি বাতিলৰ দাবীত মেইটেই-নাগা সংগঠনৰ ৰাজ্যজোৰা প্ৰতিবাদ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক