আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশলৈ উভতিব শ্বেখ হাচিনা! নতুন পাছপ'ৰ্টৰ বাবে আবেদন হাচিনাৰ...

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

নতুন পাছপ'ৰ্টৰ বাবে আবেদন জনাইছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই।

২ / ৫

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই নতুন পাছপ'ৰ্টৰ বাবে আবেদন জনাইছে।

৩ / ৫

ঢাকাৰ এক সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত প্ৰতিবেদন অনুসৰি, লণ্ডনস্থিত আইনী প্ৰতিষ্ঠান Matrix Chambers-ৰ জৰিয়তে ই-মেইলযোগে এই আবেদন প্ৰেৰণ কৰা হৈছে।

৪ / ৫

উল্লেখ্য যে, ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ-জনতাৰ আন্দোলনৰ ফলত শ্বেখ হাচিনাৰ চৰকাৰৰ পতন ঘটিছিল।

৫ / ৫

২০২৬ চনৰ ৫ আগষ্টত Foreign Correspondents’ Club-ত অনুষ্ঠিত এখন সংবাদমেলত শ্বেখ হাচিনাই সেই বছৰৰ ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰিছিল।

বাংলাদেশলৈ উভতিব শ্বেখ হাচিনা! নতুন পাছপ'ৰ্টৰ বাবে আবেদন হাচিনাৰ...

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক