অসম

কাজিৰঙাৰ বুকুৰ পৰা চিৰবিদায় কৃষ্ণাৰ, ৪৪ বছৰৰ কৰ্মজীৱনৰ অৱসান

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

১৯৮২ চনৰ পৰা কাজিৰঙাৰ বন সুৰক্ষাৰ কামত নিয়োজিত হাতী 'কৃষ্ণাৰ' মৃত্যু।

২ / ৫

কিছুমান বিদায় সঁচাকৈয়ে বৰ কষ্টকৰ।

৩ / ৫

১৯৮২ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যত যোগদান কৰিছিল কৃষ্ণাই।

৪ / ৫

প্ৰায় ২১ বছৰ পূৰ্বে সম্পূৰ্ণৰূপে দৃষ্টিশক্তি হেৰুৱাই সক্ৰিয় কৰ্তব্যৰ পৰা অৱসৰ ল’বলগীয়া হৈছিল তাই।

৫ / ৫

বন বিভাগৰ তথ্য আৰু সংবাদ প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ ৫ নৱেম্বৰৰ সন্ধিয়া কাজিৰঙাৰ পশ্চিম ৰেঞ্জৰ বাগৰীত শেষ নিশ্বাস ত্যাগ কৰে কৃষ্ণাই।

কাজিৰঙাৰ বুকুৰ পৰা চিৰবিদায় কৃষ্ণাৰ, ৪৪ বছৰৰ কৰ্মজীৱনৰ অৱসান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক