দেশ

ফটকা ফুটালে দূৰ হয় বহু ৰোগ! বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন পশ্চিমবংগৰ BJP বিধায়িকা

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

ফটকা ফুটালে বহু ৰোগ দূৰ হয় আৰু ইয়াৰ ধোঁৱাই বতাহত থকা ৰোগ সৃষ্টিকাৰী বীজাণু ধ্বংস কৰে বুলি দাবী কৰি বিতৰ্কত সোমাই পৰিছে পশ্চিমবংগৰ BJP বিধায়িকা পাপিয়া অধিকাৰী।

২ / ৫

টলিগঞ্জ: ফটকা ফুটালে বায়ুত থকা ৰোগ সৃষ্টিকাৰী বীজাণু ধ্বংস হয় আৰু ইয়াৰ ফলত বহু ৰোগৰ পৰা হাত সাৰিব পাৰি!

৩ / ৫

কলকাতাৰ টালিগঞ্জত কালী পূজাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়িকাগৰাকীয়ে ফটকা ফুটোৱাৰ সমৰ্থনত এই মন্তব্য কৰা বুলি প্ৰকাশ পাইছে।

৪ / ৫

বিধায়িকাগৰাকীৰ এই বক্তব্য সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে সৃষ্টি হয় বিতৰ্কৰ।

৫ / ৫

তেওঁৰ দাবী, ফটকাৰ ধোঁৱাই বতাহত থকা ৰোগ সৃষ্টিকাৰী অণুজীৱ ধ্বংস কৰে বুলি তেওঁ বুজাব বিচাৰিছিল।

ফটকা ফুটালে দূৰ হয় বহু ৰোগ! বিতৰ্কিত মন্তব্য কৰি সমালোচনাৰ সন্মুখীন পশ্চিমবংগৰ BJP বিধায়িকা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক