সোমবাৰৰ ৰাশিফলত সিংহ, কন্যা, তুলা আৰু বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মজীৱন, স্বাস্থ্য, আৰ্থিক আৰু পাৰিবাৰিক দিশৰ সম্ভাৱনাৰ আভাস।
গুৱাহাটী, ৯ নৱেম্বৰ: সোমবাৰ, ৯ নৱেম্বৰৰ ৰাশিফল অনুসৰি সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ হোৱাৰ সম্ভাৱনা আছে।
ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত কোনো আত্মীয়ৰ পৰা পৰামৰ্শ লাভ কৰিব পাৰে সিংহ ৰাশিৰ লোকসকলে।
কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে।
কন্যা ৰাশিৰ শিক্ষাৰ্থীসকলে পিতৃ-মাতৃৰ সহায়-সহযোগিতাৰে পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰিব।
newznow.in