দেশ

‘ৰাহুল গান্ধীক আজীৱন ভুৱা প্ৰধানমন্ত্ৰী হৈ থাকিবলৈ দিয়ক’—INDIA মিত্ৰজোঁটক বিজেপিৰ কটাক্ষ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচীক লৈ বিজেপিৰ কটাক্ষ।

২ / ৫

নতুন দিল্লী, ৩১ অক্টোবৰ: মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটে গ্ৰহণ কৰা ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচীক লৈ কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁটক তীব্ৰ কটাক্ষ কৰিছে…

৩ / ৫

শনিবাৰে বিৰোধী মিত্ৰজোঁটৰ কাৰ্যসূচীৰ সমান্তৰালভাৱে সংবাদমেল অনুষ্ঠিত কৰি সম্বিত পাত্ৰই ৰাহুল গান্ধীক লক্ষ্য কৰি কয়, “বিশ্বই ইতিমধ্যে বুজি পাইছে যে ৰাহুল গান্ধীৰ কোনো সামৰ্থ্য নাই।

৪ / ৫

সম্বিত পাত্ৰই লগতে অভিযোগ কৰে যে ভাৰতৰ ইতিহাসত যদি কেতিয়াবা ভোট চুৰি হৈছিল, তেন্তে সেয়া হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সময়ত।

৫ / ৫

আনহাতে, মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু তেওঁ লাভ কৰা আইনী সুৰক্ষাৰ প্ৰসংগত সম্বিত পাত্ৰই কয় যে ৰাষ্ট্ৰপতি আৰু মুখ্য নিৰ্বাচন আয়ুক্তৰ সুৰক্ষা আৰু ৰেহাইৰ ব্যৱস্থা…

‘ৰাহুল গান্ধীক আজীৱন ভুৱা প্ৰধানমন্ত্ৰী হৈ থাকিবলৈ দিয়ক’—INDIA মিত্ৰজোঁটক বিজেপিৰ কটাক্ষ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক