অনুসন্ধান

ৰাজ্যত মুঠ খেতি কৰা ভূমি ৪০.৮৭ লাখ হেক্টৰ; ১০ বছৰত নতুন জলসিঞ্চন মাত্ৰ ৭০,৮৩৫ হেক্টৰত!

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

২০১৬-১৭ৰ পৰা ২০২৫-২৬লৈ ৭,০৭০.৯২ কোটি টকা আবণ্টনৰ বিপৰীতে ৭০,৮৩৫ হেক্টৰ মাটিত নতুনকৈ জলসিঞ্চনৰ সুবিধা সৃষ্টি কৰা হৈছে।

২ / ৫

অসমৰ কৃষি অৰ্থনীতিৰ ভেটি আজিও গ্ৰাম্য কৃষক, ক্ষুদ্ৰ খেতিয়ক আৰু কৃষিশ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল।

৩ / ৫

২২ জুলাই, ২০২৬ত অসম বিধানসভাত দাখিল কৰা চৰকাৰী তথ্য অনুসৰি, ২০১৬-১৭ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ ৰাজ্যখনত মাত্ৰ ৭০,৮৩৫ হেক্টৰ কৃষিভূমিত নতুনকৈ জলসিঞ্চনৰ সুবিধা উপলব্ধ কৰোৱা হৈছে।

৪ / ৫

আবণ্টন আছে, কিন্তু পথাৰত পানী কিমান?

৫ / ৫

জলসিঞ্চনৰ ক্ষেত্ৰত কেৱল আঁচনিৰ অধীনত কিমান হেক্টৰ মাটিত পানী যোগানৰ সম্ভাৱনা সৃষ্টি কৰা হৈছে, সেই তথ্যই প্ৰকৃত সফলতা নিৰ্ধাৰণ নকৰে।

ৰাজ্যত মুঠ খেতি কৰা ভূমি ৪০.৮৭ লাখ হেক্টৰ; ১০ বছৰত নতুন জলসিঞ্চন মাত্ৰ ৭০,৮৩৫ হেক্টৰত!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক