দেশ

‘ডিমাগী নক্সাল’ মন্তব্যক লৈ মোদীক পুনৰ বিতৰ্কৰ আহ্বান ৰাহুলৰ

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

চিআৰপিএফ জোৱানসকলৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ডিমাগী নক্সাল’ মন্তব্যক লৈ ৰাহুল গান্ধীয়ে যিকোনো সময়ত, যিকোনো স্থানত বিতৰ্কৰ আহ্বান জনাইছে।

২ / ৫

নতুন দিল্লী, ৯ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী ৰাজনৈতিক পক্ষক ‘ডিমাগী নক্সাল’ বুলি লক্ষ্য কৰাৰ পিছতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁক পুনৰ মুকলি বিতৰ্কৰ আহ্বান…

৩ / ৫

চিআৰপিএফৰ জোৱানসকলক উদ্দেশ্যি সামাজিক মাধ্যমত দিয়া এক বাৰ্তাত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, জোৱানসকলে প্ৰধানমন্ত্ৰীৰ বক্তব্য বিশ্বাস কৰা নাছিল।

৪ / ৫

দীপাৱলী উপলক্ষে ছত্তীশগড়ৰ বস্তাৰত চিআৰপিএফৰ এটা শিবিৰত নিৰাপত্তাৰক্ষীসকলৰ সৈতে সময় কটাওঁতে প্ৰধানমন্ত্ৰীয়ে কয় যে সশস্ত্ৰ মাওবাদীক নিৰ্মূল কৰা হৈছে যদিও ‘ডিমাগী নক্সাল’ বহু ৰাজনৈতিক দল…

৫ / ৫

ইয়াৰ প্ৰতিক্ৰিয়াত ৰাহুল গান্ধীয়ে চিআৰপিএফৰ জোৱানসকলৰ উদ্দেশ্যে লিখে যে, তেওঁলোকৰ মুখমণ্ডলেই সকলো কথা প্ৰকাশ কৰিছে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰীৰ মিছা কথা বিশ্বাস কৰা নাছিল।

‘ডিমাগী নক্সাল’ মন্তব্যক লৈ মোদীক পুনৰ বিতৰ্কৰ আহ্বান ৰাহুলৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক