অসম

শিৱসাগৰৰ বানপীড়িতলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ২,৩৪,৫৬৭ টকা

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

ভাৰতীয় গোৰ্খা পৰিষংঘৰ অসম ৰাজ্যিক সমিতিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২,৩৪,৫৬৭ টকা আগবঢ়ায়।

২ / ৫

গুৱাহাটী, ৫ নৱেম্বৰ: ভাৰতীয় গোৰ্খা পৰিষংঘৰ অসম ৰাজ্যিক সমিতিৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২,৩৪,৫৬৭ টকাৰ এখন চেক প্ৰদান কৰে।

৩ / ৫

মুখ্য উপদেষ্টা তথা সদ্য প্ৰাক্তন সভাপতি অমৰ অধিকাৰীৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে ৫ নৱেম্বৰত গুৱাহাটীৰ অসম সচিবালয়স্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে।

৪ / ৫

সাক্ষাৎকালত গোৰ্খা সম্প্ৰদায়ক অনুসূচিত জনজাতি আৰু অন্যান্য পৰম্পৰাগত বনবাসী (বন অধিকাৰ স্বীকৃতি) আইন, ২০০৬ৰ অধীনত অন্যান্য পৰম্পৰাগত বনবাসী হিচাপে স্বীকৃতি দিয়াৰ দাবী সম্বলিত…

৫ / ৫

মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক জনায় যে, বিগত বৰ্ষত ই-মেইলযোগে স্মাৰকপত্ৰ লাভ কৰাৰ পাছতে ৰাজ্য চৰকাৰে নিজৰ এক্তিয়াৰৰ ভিতৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

শিৱসাগৰৰ বানপীড়িতলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ২,৩৪,৫৬৭ টকা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক