২০২৬ চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকত জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি আৰু সুকন্যা সমৃদ্ধি যোজনাত সৰ্বাধিক ৮.২০ শতাংশ সুত নিৰ্ধাৰণ কৰা হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ সঞ্চয় আঁচনিসমূহত ২০২৬ চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকৰ বাবে সৰ্বাধিক ৮.২০ শতাংশ সুত নিৰ্ধাৰণ কৰা হৈছে।
জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত ৮.২০ শতাংশ সুতৰ লগতে প্ৰতি তিনি মাহৰ মূৰে মূৰে সুত লাভৰ সুবিধা আছে।
নেচনেল ছেভিংছ চাৰ্টিফিকেটত ৭.৭০ শতাংশ, কিষাণ বিকাশ পত্ৰত ৭.৫০ শতাংশ আৰু পাঁচ বছৰীয়া পোষ্ট অফিচ টাইম ডিপ’জিটত ৭.৫০ শতাংশ সুত নিৰ্ধাৰণ কৰা হৈছে।
পোষ্ট অফিচ মান্থলী ইনকাম স্কিমত সুতৰ হাৰ ৭.৪০ শতাংশ।
newznow.in