অসম

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক মঞ্চ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে ২৫ জনীয়া ‘তিৱা জাতীয় মঞ্চ’ গঠন কৰা হৈছে।

২ / ৫

তিৱা স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে ‘তিৱা জাতীয় মঞ্চ’ নামেৰে নতুন ৰাজনৈতিক মঞ্চ গঠন কৰা হৈছে।

৩ / ৫

মঞ্চখনৰ সভাপতি হিচাপে শুভেন বৰদলৈক দায়িত্ব দিয়া হৈছে।

৪ / ৫

নতুন মঞ্চখনে আগন্তুক তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে।

৫ / ৫

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰো দাবী উত্থাপন কৰিছে সংগঠনটোৱে।

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক মঞ্চ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক