ক্ৰীড়া

আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছ, ইউএইক হৰুৱাই ছেমিফাইনেলত ভাৰত

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছৰ সহায়ত ভাৰতে ইউএইক ৭০ ৰানত পৰাস্ত কৰি অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।

২ / ৫

নতুন দিল্লী, ১০ নৱেম্বৰ: বীৰেন্দ্ৰ ছেহৱাগৰ পুত্ৰ আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছৰ সহায়ত ভাৰতে সংযুক্ত আৰব আমিৰশ্বাহীক ৭০ ৰানত পৰাস্ত কৰি ২০২৬ৰ অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ ছেমিফাইনেলত…

৩ / ৫

মঙলবাৰে অনুষ্ঠিত গ্ৰুপ পৰ্যায়ৰ গুৰুত্বপূৰ্ণ মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩০৯ ৰান সংগ্ৰহ কৰে।

৪ / ৫

ভাৰতৰ অপেনাৰ আৰ্যবীৰে ১৬৮টা বলত ১৬০ ৰানৰ দৰ্শনীয় ইনিংছ খেলে।

৫ / ৫

আৰ্যবীৰে ভি কে বিনীতৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ১৯৩ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ে।

আৰ্যবীৰ ছেহৱাগৰ ১৬০ ৰানৰ দৰ্শনীয় ইনিংছ, ইউএইক হৰুৱাই ছেমিফাইনেলত ভাৰত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক