আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশলৈ উভতিলেই মৃত্যুদণ্ড কাৰ্যকৰী হ’ব শ্বেখ হাছিনাৰ! দাবী চৰকাৰী অধিবক্তাৰ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

বাংলাদেশলৈ উভতিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰা হ’ব বুলি দাবী কৰিছে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ মুখ্য চৰকাৰী অধিবক্তা মহম্মদ আমিনুল ইছলামে।

২ / ৫

ঢাকা, ১০ নৱেম্বৰ: বাংলাদেশলৈ উভতি গ’লে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী কৰা হ’ব বুলি মন্তব্য কৰিছে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ মুখ্য…

৩ / ৫

২০২৪ চনত ছাত্ৰ-নেতৃত্বাধীন গণ-অভ্যুত্থান দমনৰ সময়ত সংঘটিত ঘটনাৰ সৈতে জড়িত মানৱতাবিৰোধী অপৰাধৰ গোচৰত ২০২৫ চনৰ নৱেম্বৰ মাহত ঢাকাৰ এখন আদালতে হাছিনাক তেওঁৰ অনুপস্থিতিতে মৃত্যুদণ্ডৰ শাস্তি…

৪ / ৫

মুখ্য চৰকাৰী অধিবক্তা আমিনুল ইছলামে কয় যে ৰায়ৰ বিৰুদ্ধে আপীল দাখিল কৰাৰ বাবে নিৰ্ধাৰিত ৩০ দিনৰ সময়সীমা পাৰ হৈ গৈছে।

৫ / ৫

উল্লেখ্য যে, ৭৯ বছৰীয়া শ্বেখ হাছিনাই ডিচেম্বৰ মাহত ভাৰতৰ পৰা বাংলাদেশলৈ উভতি যোৱাৰ ইচ্ছা প্ৰকাশ কৰি আহিছে।

বাংলাদেশলৈ উভতিলেই মৃত্যুদণ্ড কাৰ্যকৰী হ’ব শ্বেখ হাছিনাৰ! দাবী চৰকাৰী অধিবক্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক