ঢাকাৰ উত্তৰা আৰু টেকপাৰা অঞ্চলৰ দৃশ্য নতুন দিল্লীৰ বুলি প্ৰচাৰ কৰাৰ অভিযোগত জড়িত চীনা ভ্লগাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে ভাৰতে।
নতুন দিল্লী, ১০ নৱেম্বৰ: বাংলাদেশৰ ৰাজধানী ঢাকাৰ নিম্ন-আয়ৰ অঞ্চলৰ দৃশ্য নতুন দিল্লীৰ বুলি প্ৰচাৰ কৰাৰ অভিযোগত জড়িত চীনা ভ্লগাৰ আৰু পোনপটীয়া সম্প্ৰচাৰকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট…
উত্তৰাৰ ছেক্টৰ ১২ আৰু টেকপাৰা অঞ্চলত চীনা নাগৰিকসকলে মোবাইল ফোনেৰে দীৰ্ঘ সময় ধৰি দৃশ্যগ্ৰহণ কৰা বুলি অভিযোগ।
১ নৱেম্বৰত উত্তৰাৰ এটা খালৰ কাষৰ পৰা এগৰাকী চীনা মহিলাই পোনপটীয়া সম্প্ৰচাৰ কৰি ঠাইখনক নতুন দিল্লী বুলি চিনাকি দিছিল বুলি অভিযোগ উঠিছে।
কিছুমান ভিডিঅ'ৰ শিৰোনামত দৰিদ্ৰ, লেতেৰা আৰু বস্তি আদি শব্দ ব্যৱহাৰ হোৱা দেখা গৈছে।
newznow.in