দেশ

ডিগাৰু ৰে’ল দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন অষ্ট্ৰেলীয় পৰ্যটক, মিজোৰামলৈ গৈ আছিল যুৱকজন

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

ডিগাৰু ৰে'ল ষ্টেচনত কলকাতা-সাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পিছত মিজোৰামমুখী এজন অষ্ট্ৰেলীয় পৰ্যটকৰ সন্ধান পোৱা নাই।

২ / ৫

গুৱাহাটী, ১১ নৱেম্বৰ: ডিগাৰু ৰে’ল ষ্টেচনত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে মিজোৰাম অভিমুখে যাত্ৰা কৰা এজন অষ্ট্ৰেলীয় পৰ্যটক।

৩ / ৫

থাকুৰকুছি ৰে’ল ষ্টেচনৰ ষ্টেচন মাষ্টৰে জনোৱা অনুসৰি, এজন চক্ৰ বিষয়াৰ জৰিয়তে মিজোৰাম অভিমুখে যাত্ৰা কৰা অষ্ট্ৰেলীয় নাগৰিকজনৰ সন্ধানহীন হোৱাৰ খবৰ লাভ কৰা হৈছিল।

৪ / ৫

খবৰ লাভ কৰাৰ পিছতে পৰ্যটকজনৰ সন্ধানত ডিগাৰু ৰে’ল ষ্টেচনৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি অনুসন্ধান আৰম্ভ কৰা হয়।

৫ / ৫

দুৰ্ঘটনাৰ পিছত পৰ্যটকজনে আন এখন ৰে’লত উঠি যাত্ৰা অব্যাহত ৰাখিব পাৰে বুলিও সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

ডিগাৰু ৰে’ল দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন অষ্ট্ৰেলীয় পৰ্যটক, মিজোৰামলৈ গৈ আছিল যুৱকজন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক