আই পি এল ২০২৭ৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াক পঞ্জাব কিংছলৈ আৰু অৰ্শদীপ সিঙক মুম্বাই ইণ্ডিয়ানছলৈ সলনি কৰা হৈছে।
নতুন দিল্লী, ১১ নৱেম্বৰ: আই পি এল ২০২৭ৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটৰ দুগৰাকী তাৰকা খেলুৱৈৰ মাজত বৃহৎ সালসলনি সম্পন্ন হৈছে।
বুধবাৰে আই পি এল কৰ্তৃপক্ষই এই খেলুৱৈ সালসলনি আনুষ্ঠানিকভাৱে নিশ্চিত কৰে।
আনহাতে, অৰ্শদীপ সিঙে পূৰ্বৰ ১৮ কোটি টকাৰ চুক্তিমূল্যতে মুম্বাই ইণ্ডিয়ানছত যোগদান কৰিব।
এই সালসলনিৰ লগে লগে মুম্বাই ইণ্ডিয়ানছৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ দ্বিতীয়টো অধ্যায়ৰ অন্ত পৰিল।
newznow.in